Dp Car Kare & Wash

Dp Car Kare & Wash Car washing, Rubbing & Polish, Interior Cleaning, repairing, Spare Parts Mahindra first Choice Spare Parts

বহু দিনৰ অপেক্ষাৰ অন্তত আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ।আহিব সকলো 🤍   M--৯১০১৪১৯১৬৭
30/05/2026

বহু দিনৰ অপেক্ষাৰ অন্তত আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ।
আহিব সকলো 🤍


M--৯১০১৪১৯১৬৭

Foam WASH available
27/06/2024

Foam WASH available

বিগত ৭টা দিনৰ পৰা আমাৰ   টো বন্ধ আছিল আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ কৰ্মখিনি।।আহিব আপুনিও আটকধুনীয়া কৈ আপোনাৰ গাড়ি খন ধুৱা...
01/02/2023

বিগত ৭টা দিনৰ পৰা আমাৰ টো বন্ধ আছিল আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ কৰ্মখিনি।।আহিব আপুনিও আটকধুনীয়া কৈ আপোনাৰ গাড়ি খন ধুৱাই নিবলৈ আমাৰ লৈ।
& WASH.

আজি মোৰ কাৰ ৱাচিং চেন্টাৰতো এটা বছৰ সম্পূৰ্ণ হ'ল। প্ৰথম বৰ্ষপুৰ্তি হিচাপে সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন দ...
27/08/2022

আজি মোৰ কাৰ ৱাচিং চেন্টাৰতো এটা বছৰ সম্পূৰ্ণ হ'ল। প্ৰথম বৰ্ষপুৰ্তি হিচাপে সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন দাদাই আহি কেক কাটি আমাক উৎসাহিত কৰাৰ বাবে ধন্যবাদ জনালো, ইমান ব্যস্ততাৰ মাজতো আমাক উৎসাহিত কৰিবলৈ আহিছিল । অনুষ্টুপীয়া তথা হঠাতে আয়োজন কৰা অনুষ্ঠানতোত মাধুৰ্য দা, দ্বীপেন দা, অৱণী দা, মামুদ দা, প্ৰদীপ দা, মন্টু দা, সুৰজিৎ দা আৰু বহুজনে আহি আমাক উৎসাহিত কৰাৰ বাবে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিলো।

14/11/2021

Upholstery Cleaning/ Deep Cleaning service ..

Customer Satisfaction.

Our effect..





Near SDPO Office & Railway Level Crossing
Sarupathar, Golaghat, Assam

A very dirty car..Interior Cleaning.See changes before and afterTATA TIAGO Interior Cleaning & Polish. . .Before & After...
17/10/2021

A very dirty car..
Interior Cleaning.

See changes before and after

TATA TIAGO Interior Cleaning & Polish.

.
.

Before & After Effect....

Contract Us.





Near SDPO Office & Railway Level Crossing Sarupathar

M- 7002899603

 EXCLUSIVELY Available At DP CAR KARE & WASH....MARUTI, HYUNDAI, MAHINDRA, TATA, HERO, BAJAJ, TVS ইত্যাদি সকলো ধৰণৰ গাড়...
11/10/2021



EXCLUSIVELY Available At DP CAR KARE & WASH....

MARUTI, HYUNDAI, MAHINDRA, TATA, HERO, BAJAJ, TVS ইত্যাদি সকলো ধৰণৰ গাড়ী আৰু মটৰচাইকলৰ বাবে প্ৰয়োজনীয় ENGINE OIL, COOLANT, GEAR OIL, BREAK FLUIDE, SPARE PARTS.... Suspention Item, BREAK PAD, BREAK SHOE, OIL Filter, Fuel Filter, Diesel Filter, Cabin Filter, Clutch Plate আদি পোৱা যায়।

লগত আছে (MFC)ৰ বিস্বাস ।

Foam Shampooৰে গাড়ীখন ধুৱাওঁক।নতুনৰ দৰে উজ্জ্বলতা পাওঁক।Car Foam Wash @250*.
29/09/2021

Foam Shampooৰে গাড়ীখন ধুৱাওঁক।
নতুনৰ দৰে উজ্জ্বলতা পাওঁক।

Car Foam Wash @250*.


এইবাৰ দুৰ্গা পূজাত আপোনাৰ গাড়ীখনৰ বাহিৰে ভিতৰে জিলিকাই তোলক ।
28/09/2021

এইবাৰ দুৰ্গা পূজাত আপোনাৰ গাড়ীখনৰ বাহিৰে ভিতৰে জিলিকাই তোলক ।




27/09/2021

Upholstery Cleaning

DP CAR KARE & WASH

Address

Sarupathar
Naojan
785601

Opening Hours

Monday 7am - 7pm
Tuesday 7am - 7pm
Wednesday 7am - 7pm
Thursday 7am - 7pm
Friday 7am - 7pm
Saturday 7am - 7pm
Sunday 7am - 7pm

Website

Alerts

Be the first to know and let us send you an email when Dp Car Kare & Wash posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category