Asom Anusuchit Jati Safai Karmachari Parishad

Asom Anusuchit Jati Safai Karmachari Parishad Safai Karmachari ke har samshya ke liye yaha aap apni awaz aur sath de sakte ho...

18/02/2026

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় শ্ৰী নিতিন নবীন জীলৈ অসম অনুসূচিত জাতি চাফাই কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা এখন দাবিপত্ৰ অৰ্পণ কৰা হৈছে। অসমৰ চাফাই কৰ্মচাৰীৰ উন্নয়নৰ স্বাৰ্থত এখন Development Council গঠন কৰাৰ দাবী জনোৱা হৈছে।
ইয়াৰ উপৰিও, অসম ৰাজ্য চাফাই কৰ্মচাৰী আয়োগত যথাযথ আৰু স্বচ্ছ পদ্ধতিত নিয়োগ সম্পন্ন কৰি চাফাই কৰ্মচাৰীসকলক সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনোৱা হৈছে।
আৰু, অসমত চাফাই কৰ্মচাৰীসকলৰ সংগঠন আৰু অধিকাৰ সুৰক্ষাৰ বাবে বিজেপিৰ অন্তৰ্গত এখন পৃথক মৰ্চা বা চেল গঠন কৰাৰ দাবীও উত্থাপন কৰা হল।

📍 Dibrugarh (Distric library)

असम अनुसूचित जाति सफाई कर्मचारी परिषद के राज्य अध्यक्ष श्री प्रदीप बासफोर जी को आज उनके जन्मदिन के शुभ अवसर पर हार्दिक श...
07/02/2026

असम अनुसूचित जाति सफाई कर्मचारी परिषद के राज्य अध्यक्ष श्री प्रदीप बासफोर जी को आज उनके जन्मदिन के शुभ अवसर पर हार्दिक शुभकामनाएँ।🎂
ईश्वर उन्हें उत्तम स्वास्थ्य, दीर्घायु और समाजसेवा के उनके संकल्प में निरंतर सफलता प्रदान करे।❤️
आपका नेतृत्व सदैव समाज के लिए प्रेरणास्रोत बना रहे। 🎉🎉

 অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।ভগৱানে আপোনাক সুস্বাস...
01/02/2026



অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
ভগৱানে আপোনাক সুস্বাস্থ্য, দীঘলীয়া আয়ুস আৰু অটল মনোবল প্ৰদান কৰক।
আপোনাৰ দূৰদৰ্শী, দৃঢ় আৰু জনমুখী নেতৃত্বত অসমে শিক্ষা, স্বাস্থ্য, উন্নয়ন আৰু সামাজিক ন্যায়ৰ পথত নতুন নতুন সাফল্য অৰ্জন কৰি আহিছে।
অসমবাসীৰ আশা-আকাংক্ষাৰ প্ৰতীক হিচাপে আপুনি সদায় ন্যায়, সেবা আৰু সমৃদ্ধিৰ পথ প্ৰদৰ্শন কৰি থাকক—এইয়াই আমাৰ আন্তৰিক কামনা।
জন্মদিনৰ এই শুভ ক্ষণত আপোনাৰ জীৱন সুখ, সাফল্য আৰু জনকল্যাণমূলক কৰ্মৰে সদায় আলোকিত হওক।
Himanta Biswa Sarma

যোৱাকালি ইং-২২/০১/২০২৬ তাৰিখ বৃহস্পতিবাৰে অসম ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি সন্মানীয়  #শ্ৰীযুত_...
23/01/2026

যোৱাকালি ইং-২২/০১/২০২৬ তাৰিখ বৃহস্পতিবাৰে অসম ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি সন্মানীয় #শ্ৰীযুত_নৱাৰুণ_মেধি ডাঙৰীয়া মৰ্চাৰ ৰাজ্যিক উপঃসভাপতি সন্মানীয় শ্ৰীযুত ভাস্কৰ দাস ডাঙৰীয়া তথা মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক সন্মানীয় শ্ৰীযুত যাদৱ দাস ডাঙৰীয়া আৰু শিসাগৰৰ জিলৰ প্ৰভাৰি শ্ৰীজয়কৰণ বাল্মিকী ডাঙৰীয়াৰ হৈতে শিৱসাগৰ ভ্ৰমণ কাৰ্য্যসূচীৰ প্ৰাকক্ষণত অসম অনুসূচিত জাতি চাফাই কৰ্মচাৰী পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি শ্ৰীযুত মুন্না বাছফৰ উপঃসভাপতি শ্ৰীযুত সৎনাম সিং আৰু উপদেষ্টা শ্ৰীযুত চন্দন বাছফৰ ডাঙৰীয়াই একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনাৰ লগতে উষ্ম আদৰণি জনায় ৷ আৰু লগতে শিৱসাগৰ জিলাৰ চাফাই কৰ্মচাৰীৰ সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ন চৰ্চা হয়।
📍 Sivasagar

ৰাজ্যিক সচিব
Binod Basfor

যোৱা ইং-১৯/০১/২০২৬ তাৰিখ সোমবাৰে  ুসূচিত_জাতি_চাফাই_কৰ্মচাৰী_পৰিষদৰ  ৰাজ্যিক উপঃসভাপতি সন্মানীয়  #শ্ৰীযুত_দীপ_বাছফৰ ডাঙৰ...
20/01/2026

যোৱা ইং-১৯/০১/২০২৬ তাৰিখ সোমবাৰে ুসূচিত_জাতি_চাফাই_কৰ্মচাৰী_পৰিষদৰ ৰাজ্যিক উপঃসভাপতি সন্মানীয় #শ্ৰীযুত_দীপ_বাছফৰ ডাঙৰীয়া আৰু ৰাজ্যািক সাধাৰণ সম্পাদক সন্মানীয় #শ্ৰীযুত_জয়কৰন_বাল্মীকি ডাঙৰীয়াৰ নেতৃত্বত শিৱসাগৰ জিলা সমিতিৰ সভাপতি সন্মানীয় #শ্ৰীমুন্না_বাছফৰ আৰু উপ সভাপতি #শ্ৰীযুত_সতনাম_সিং উপস্থিতিত দিনজোৰা কাৰ্য্যসূচী লৈ #শিমলুগুৰি আৰু #নাজিৰাৰ পৌৰসভাৰ সভানেত্ৰী তথা কাৰ্য্যনিৰ্বাহক মহোদয়াক লগ কৰি #স্বচ্ছতা_কৰ্মী সকলৰ বিভিন্ন সমস্যাৰ সংগতি ৰাখি একোখনকৈ দৰ্খাস্ত দিয়া হয় আৰু এমাহৰ সময় সীমা বান্ধি দিয়া হয়।তাৰ পিছত সজাতি দল আৰু #ভাৰতীয়_জনতা_পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ শিৱসগাৰ জিলাৰ সন্মানীয় সভাপতি #শ্ৰীযুত_মৰম_দাস দেৱ মৰ্চাৰ সাধাৰণ সম্পাদক ক্ৰমে #শ্ৰীযুত_ৰঞ্জন_দাস আৰু #শ্ৰীযুত_দীব্যজ্যেতি_দাস দেৱৰ সৈতে #আমগুৰি পৌৰসভাৰ সন্মানীয় সভানেত্ৰী #শ্ৰীমতী_অনামিকা_নেওগ_বৈশ্য বাইদেউক লগ কৰা হয় আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ক্ৰমে পৰিষদৰ ৰাজ্যিক উপঃসভাপতি শ্ৰীযুত দীপ বাছফৰ ডাঙৰীয়া আৰু শিবসাগৰ জিলা মৰ্চাৰ সভাপতি শ্ৰীযুত মৰম দাস ডাঙৰীয়াই ৷তাৰ পাছত বাইদেউৰ সৈতে আমগুৰি স্বচ্ছতা কৰ্মীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয় আৰু সমস্যাসমূহ লিপিবদ্ধ কৰি সভানেত্ৰী বাইদেউক হস্তগত কৰা হয়। তাৰ পিছত স্বচ্ছতা কৰ্মী সকলৰ নিমন্ত্ৰণী ৰক্ষা কৰি তেখেতসলৰ সৈতে ভাত এসাজ খোৱাৰ অন্তত দিনজোঁৰা কাৰ্য্যসূচী সমাপণ কৰা হয় ৷🙏🙏

📍Simluguri, Nazira, Aamguri

ৰাজ্যিক সচিব
Binod Basfor

আমগুৰি পৌৰসভাৰ স্বচ্ছতা কৰ্মীসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সমস্যা সমূহৰ এক সুন্দৰ সমাধান  ুসূচিত_জাতি_চাফাই_কৰ্মচাৰী_পৰি...
11/01/2026

আমগুৰি পৌৰসভাৰ স্বচ্ছতা কৰ্মীসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সমস্যা সমূহৰ এক সুন্দৰ সমাধান ুসূচিত_জাতি_চাফাই_কৰ্মচাৰী_পৰিষদৰ #শিৱসাগৰ জিলা সমিতিৰ সক্ৰিয় হস্তক্ষেপৰ ফলত সম্ভৱ হৈ উঠিছে। পূৰ্বতে ৰাস্তা, খোৱাপানী আৰু বাসস্থানৰ দুখনীয়া অৱস্থা এতিয়া #পকী_ৰাস্তা, #খোৱাপানীৰ ব্যৱস্থা আৰু মেৰামতি কৰা ঘৰৰে উন্নত হৈছে মাত্ৰ ৫ মাহৰ ভিতৰত।
এই সফলতাৰ স্বীকৃতি স্বৰূপে যোৱাকালি #আমগুৰি_পৌৰসভাৰ_পৌৰনেত্ৰী আৰু ৱাৰ্ড সদস্যাসকলক বিশেষ সভাত সম্বৰ্ধনা জনোৱা হয়। এই পদক্ষেপে স্বচ্ছতা কৰ্মীসকলৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ লগতে সমাজত তেওঁলোকৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতাৰ ভাব প্ৰকাশ কৰিছে। লগতে ৰাজ্যিক কমিটি তৰফৰ পৰা শিৱসাগৰ জিলা সভাপতি #শ্ৰীমুন্না_বাছফৰ আৰু সকলো কাৰ্য্যকৰ্তাক কৃতজ্ঞতাৰ জ্ঞাপন কৰিছোঁ।🙏🙏

📍Aamguri (Sivasagar)

ৰাজ্যিক সচিব
Binod Basfor

অসমৰ সকলো জিলাত বসবাস কৰা চাফাই কৰ্মচাৰীসকলৰ সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে 👉 “চাফাই কৰ্মচাৰী উন্নয়ন ...
08/01/2026

অসমৰ সকলো জিলাত বসবাস কৰা চাফাই কৰ্মচাৰীসকলৰ সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে

👉 “চাফাই কৰ্মচাৰী উন্নয়ন পৰিষদ” গঠন কৰাৰ দাবীত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আনুষ্ঠানিকভাৱে আবেদন পত্ৰ দাখিল কৰা হৈছে।
চাফাই কৰ্মচাৰীসকল সমাজৰ মেৰুদণ্ড।
তেওঁলোকৰ অধিকাৰ, মৰ্যাদা আৰু উন্নয়ন নিশ্চিত কৰাটো সময়ৰ প্ৰয়োজন।
আমাৰ এই ন্যায্য দাবীৰ প্ৰতি চৰকাৰে ইতিবাচক দৃষ্টি দিব বুলি আমি আশাবাদী।



অসম অনুসূচিত জাতি চাফাই কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা গুৱাহাটীত বিজেপি অসমৰ প্ৰদেশ যুব মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰী Rakesh Das ...
28/12/2025

অসম অনুসূচিত জাতি চাফাই কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা গুৱাহাটীত বিজেপি অসমৰ প্ৰদেশ যুব মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰী Rakesh Das জীৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰি আমাৰ সমাজৰ চাফাই কৰ্মচাৰীৰ যুৱ প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যৎ, সংগঠন শক্তিশালীকৰণ আৰু উন্নয়নৰ বিষয়ত বিস্তৃত আলোচনা কৰা হয়।

ৰাজ্যিক সচিব
Binod Basfor

27/12/2025

যোৱাকালি দিছপুৰত অসমৰ চাফাই কৰ্মচাৰী সমস্যাকলৈ মন্ত্ৰী, বিধায়ক, প্ৰভাৰী, সভাপতি আৰু অন্য অন্য বিষয়ববীয়াক লগ কৰা হয়।
📍 দিছপুৰ

🕯️ ড° ভীমৰাও ৰামজি আম্বেদকৰৰ মহাপ্ৰয়াণ দিৱসত গভীৰ শ্রদ্ধাঞ্জলি 🙏📘আজিৰ এই দিনটোত আমি ভাৰতৰ গণতান্ত্ৰিক ভিত্তি সুদৃঢ় কৰা...
06/12/2025

🕯️ ড° ভীমৰাও ৰামজি আম্বেদকৰৰ মহাপ্ৰয়াণ দিৱসত গভীৰ শ্রদ্ধাঞ্জলি 🙏📘
আজিৰ এই দিনটোত আমি ভাৰতৰ গণতান্ত্ৰিক ভিত্তি সুদৃঢ় কৰা, সমাজৰ পিছপৰা জনগোষ্ঠীৰ অধিকাৰ ৰক্ষা কৰা আৰু সংবিধানৰ স্থপতি ড° বি. আৰ. আম্বেদকৰ জনাক গভীৰ ভাৱে স্মৰণ কৰোঁ।
বাবাসাহেবে আমাক সমানতা, ন্যায়, শিক্ষা আৰু মানৱতাৰ পথ দেখাইছিল।
তাঁৰ জীৱন-সংগ্ৰামে আমাক এই কথা শিকাইছে—
✔️ শিক্ষাই মানুহৰ সৰ্ববৃহৎ শক্তি
✔️ অন্যায়ৰ বিৰুদ্ধে কথা ক'ব লাগিব
✔️ সমাজত সকলোৰে বাবে একে সুযোগ প্ৰদান কৰাটোৱেই বাস্তৱ উন্নয়ন।
🙏জয় ভীম🙏

🕯️ डॉ. भीमराव रामजी अम्बेडकर जी की पुण्य तिथि पर शत–शत नमन 🙏📘
आज हम भारत के महान संविधान निर्माता, समाज सुधारक और करोड़ों वंचितों-शोषितों के अधिकारों के रक्षक डॉ. बी.आर. अम्बेडकर जी की पुण्य तिथि पर उन्हें भावपूर्ण श्रद्धांजलि अर्पित करते हैं।
बाबासाहेब ने हमें समानता, सम्मान, न्याय और शिक्षा की वह रोशनी दी, जिसने भारत के लोकतांत्रिक ढांचे को मजबूत नींव दी।
उनका जीवन हमें सिखाता है कि—
✔️ संघर्ष कभी व्यर्थ नहीं जाता
✔️ शिक्षा सबसे बड़ी शक्ति है
✔️ समाज में समान अवसर ही सच्चा विकास है
🙏जय भीम 🙏

আজি অসম ৰাজ্যিক প্ৰভাৰী শ্ৰী হৰিশ দ্বিবেদীজীৰ ওচৰত অসম অনুসূচিত জাতি ছাফাই কৰ্মচাৰী পৰিষদৰ পক্ষৰ পৰা সমাজৰ হিতৰ বাবে এটা...
26/11/2025

আজি অসম ৰাজ্যিক প্ৰভাৰী শ্ৰী হৰিশ দ্বিবেদীজীৰ ওচৰত অসম অনুসূচিত জাতি ছাফাই কৰ্মচাৰী পৰিষদৰ পক্ষৰ পৰা সমাজৰ হিতৰ বাবে এটা আৱেদন পত্ৰ জমা দিয়া হয়। প্ৰভাৰী কৈছিল যে এই বিষয়টোৰ ওপৰত তেওঁলোক তৎক্ষণাত অসম মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব।
এই সময়ত উপস্থিত আছিল ডিপুটি মেয়ৰ শ্ৰী দেব, বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু আমাৰ সমাজৰ শুভ চিন্তক শ্ৰী Parag Dutta জী, অসম SC ডেভেলপমেন্ট ব’ৰ্ডৰ সদস্য শ্ৰী Rajib Das জী আৰু ডিব্ৰুগড় ছাফাই কৰ্মচাৰী সমাজৰ যুৱপ্ৰজন্ম।
(ৰাজ্যিক সচিব)
Binod Basfor

आज असम प्रभारी श्री हरीश द्विवेदी जी को असम अनुसूचित जाति सफाई कर्मचारी परिषद की ओर से समाज के हित के लिए एक पत्र दिया गया। प्रभारी जी ने आश्वासन दिया कि इस मुद्दे पर वे तुरंत असम के मुख्यमंत्र⁠ी से बात करेंगे।

इस अवसर पर हमारे साथ मौजूद थे डिप्टी मेयर श्री उज्ज्वल फुकन देव, भाजपा के वरिष्ठ कार्यकर्ता और हमारे समाज के शुभचिंतक श्री पाराग दत्त जी, असम SC डेवलपमेंट बोर्ड के सदस्य श्री राजीब दास जी और डिब्रूगढ़ सफाई कर्मचारी समाज की युवा पीढ़ी।

Address

Dibrugarh
786001

Telephone

+917002613108

Website

Alerts

Be the first to know and let us send you an email when Asom Anusuchit Jati Safai Karmachari Parishad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asom Anusuchit Jati Safai Karmachari Parishad:

Share