24/07/2026
JEEVA ASHRAY - THE SAFE HEAVEN SOCIETY আৰু UNIKLEEN ৰ উদ্যোগত প্ৰায় ১ লাখ টকা মানৰ সামগ্ৰী শিৱসাগৰ, সোণাৰী , বিহুবৰ অঞ্চলত দিয়াৰ চিন্তা কৰিছো । ৰাইজৰ সহযোগৰ প্ৰয়োজন । সামগ্ৰীৰ তালিকা দিছো , এবাৰ চাব । বোকাখাত , দেৰগাও , যোৰহাট লোকে সামগ্ৰী দিলেও ভাল পাম । ব্যৱহাৰ নোহোৱা কাপোৰ বোৰ দিয়ক , আমি ইউনিক্লিনত ধুই নতুনৰ দৰে দিমগৈ । সকলো Transparent হব । Live ত থাকিম । Rs 10 টকা দিলেও কিবা নহয় কিবা এটা আহিব । যি পাৰে দিব । QR comment ত click কৰিলেই পাব । ধন্যবাদ 🙏
ফোন / WhatsApp কৰিব : 7002537270